নাজিৰাৰ বালিঘাটস্হিত বৰদুৱাৰ মুখত নৰ্থ ইষ্ট জ'ন কালচাৰেল চেণ্টাৰ, ডিমাপুৰৰ অন্তৰ্গত ভাৰত চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত ২০২২-২৩ বৰ্ষৰ গুৰু শিষ্য পৰম্পৰা আঁচনিৰ অধীনত গুৰু শিষ্য পৰম্পৰা কেন্দ্রটি আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে। নাজিৰা মহাবিদ্যালয় অধ্যাপক ড০ জীৱন কলিতা দেৱে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি আগত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা উক্ত অনুষ্ঠানত সংগীতশিল্পী দিলীপ দাস,যুৱ নেতা মনোজ গগৈ,বিজয় দাস আৰু স্থানীয় যুৱক ভাস্কৰজ্যোতি মহন্ত অতিথি হিচাপে উপস্থিত থাকে। দিহানামৰ শিল্পী তথা এই দিহানাম প্ৰজেক্টৰ গুৰু অমিয়া নেওগ কলিতাই আঁতধৰা তথা উদ্দেশ্য ব্যাখা কৰা উক্ত অনুষ্ঠানত অতিথি সকলেও শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
फंदे पर लटकी मिली। विवाहिता के पीहर पक्ष वालों ने पति पर मारपीट का आरोप लगाया है।
कोटा शहर के उद्योग नगर थाना क्षेत्र में एक विवाहिता की संदिग्ध मौत का मामला सामने आया है।...
নাৰায়ণপুৰত ৰাজহ চক্ৰ বিষয়াৰ বাইক ৰেলী
নাৰায়ণপুৰ ৰাজহ চক্ৰৰ উদ্যাপন কৰিবলগীয়া দেশৰ আজাদী কা অমৃত মহোৎসৱ আৰু স্বাধীনতা দিৱসৰ লগত...
दहिवडी येथे बिबट्या आला रे आला
दहिवडी येथे बिबट्या आला रे आला
आकाश भोरडे
तळेगाव ढमढेरे, प्रतिनिधी :
दहिवडी (ता. शिरूर) येथे...
Top Bullish Stocks In Focus | Experts’ Top Calls: आज इन Stocks पर Experts को क्यों हैं डबल भरोसा?
Top Bullish Stocks In Focus | Experts’ Top Calls: आज इन Stocks पर Experts को क्यों हैं डबल...
Morbi | Gujarat varal | વીડિયો મોરબી પુલ દુર્ધટના @GoodDayGujarat
Morbi | Gujarat varal | વીડિયો મોરબી પુલ દુર્ધટના @GoodDayGujarat