নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰশিমলুৱাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ,বৰভাগ খণ্ডৰ উদ্যোগত দেওবাৰে এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়৷তামুলী আই কেয়াৰ চেন্টাৰৰ সহযোগত অনুষ্ঠিত উক্ত শিবিৰত শতাধিক লোকে বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰে৷শিবিৰত চিকিৎসক হিচাবে অংশগ্ৰহণ কৰে ডা° মাধুৰ্য্য তপন তামুলী,মিন কলিতা আৰু যুগলে৷আনহাতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ তৰফৰ পৰা অংকুৰ শৰ্মা,খণ্ড সেৱা প্ৰমুখ উৎপল বৰুৱাৰ লগতে ধৰ্মেন্দ্ৰ নমঃশূদ্ৰ,দিব্যজ্যোতি দাস,জিন্টু দাস,সত্যজিত দাস আৰু ৰঞ্জন বৈশ্য৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कौशल्य विकासाच्या कामाला प्रतिष्ठा मिळवून द्या
उच्च व तंत्रशिक्षण मंत्री चंद्रकांत पाटील यांचे आवाहन
सोलापूर - देशामध्ये बेरोजगारांच्या हाताला...
સમી ખાતે રમતોત્સવ યોજાયો..
સમીની પી.આર.પરમાર હાઈસ્કુલમાં રમોત્સવનું આયોજન,નવી રમતોની સામે જૂની રમતો રમી રમતોત્સવ...