নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰশিমলুৱাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ,বৰভাগ খণ্ডৰ উদ্যোগত দেওবাৰে এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়৷তামুলী আই কেয়াৰ চেন্টাৰৰ সহযোগত অনুষ্ঠিত উক্ত শিবিৰত শতাধিক লোকে বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰে৷শিবিৰত চিকিৎসক হিচাবে অংশগ্ৰহণ কৰে ডা° মাধুৰ্য্য তপন তামুলী,মিন কলিতা আৰু যুগলে৷আনহাতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ তৰফৰ পৰা অংকুৰ শৰ্মা,খণ্ড সেৱা প্ৰমুখ উৎপল বৰুৱাৰ লগতে ধৰ্মেন্দ্ৰ নমঃশূদ্ৰ,দিব্যজ্যোতি দাস,জিন্টু দাস,সত্যজিত দাস আৰু ৰঞ্জন বৈশ্য৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शरद पवार अजित दादांचा गेम करतात का? Sharad Pawar Jayant Patil Vs Ajit Pawar
शरद पवार अजित दादांचा गेम करतात का? Sharad Pawar Jayant Patil Vs Ajit Pawar
Farmers Protest: शुभकरण की मौत के बाद गर्माया मामला, आज Black Day मनाएंगे किसान संगठन |Sindhu Border
Farmers Protest: शुभकरण की मौत के बाद गर्माया मामला, आज Black Day मनाएंगे किसान संगठन |Sindhu Border
खलुंदा में थाकाजी महाराज के मेले का हुआ आयोजन
तालेड़ा
तालेड़ा उपखण्ड क्षेत्र की सुवासा ग्राम पंचायत के ग्राम खलुंदा में थाका जी महाराज के...
অসম গণ পৰিষদৰ ৩৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
অসম গণ পৰিষদৰ ৩৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস