ডিব্ৰুগড়ৰ লাহোৱালত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। লাহোৱাল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক'ভিড ভেকচিনৰ তৃতীয় পালি প্ৰদানৰ বাবে ৰাইজক সজাগ কৰাৰ লগতে স্বাস্থ্য কৰ্মী সকলক সকলো ৰাইজক ভেকচিন প্ৰদান কৰিবলৈ আহ্বান জনায়। ঝাৰখণ্ডত চৰকাৰ ভঙা-পতাত অসমৰ মুখ্যমন্ত্ৰী জড়িত থকা বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতিৰ। ঝাৰখণ্ড চৰকাৰ ভঙা পতাক লৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সিদ্ধহস্ত নহয় বুলি মন্তব্য। নিজৰ মাজত সংঘটিত বিসম্বাদক লৈ অসমৰ মুখ্যমন্ত্ৰীক সাঙুৰি লোৱা কাৰ্য সমৰ্থনযোগ্য নহয়। ঝাৰখণ্ডত নিজৰ নিজৰ দল নিজে ঠিক কৰক বুলিও মন্তব্য ভৱেশ কলিতাৰ। অনুষ্ঠানত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ লগতে দলৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
India Canada Tensions : भारत-कनाडा में तनाव के बीच China कैसे फ़ायदा उठा सकता है(BBC Hindi)
India Canada Tensions : भारत-कनाडा में तनाव के बीच China कैसे फ़ायदा उठा सकता है(BBC Hindi)
नमाना थाने में सीएलजी सदस्यों की बैठक के दौरान डीएसपी ने साइबर क्राइम से बचने के बारे में बताया।
नमाना थाने में डीएसपी तरुण कांत सोमानी ने ली सीएलजी सदस्य व सुरक्षा सखियों की बैठक,
बैठक में...
પ્રિયંકા ચોપરાના બર્થડે સેલિબ્રેશનનો અનસીન વીડિયો થયો વાયરલ, મધુ ચોપરા જમાઈ સાથે ડાન્સ કરતી જોવા મળી
પ્રિયંકા ચોપરાએ 18 જુલાઈએ પોતાનો 40મો જન્મદિવસ ઉજવ્યો હતો. ખાસ રીતે ઉજવાયેલા જન્મદિવસની અવનવી...
વાડોલા ગામે વીજ કર્મી પર હુમલો ! બે શખ્સ સામે ફરિયાદ નોંધાઈ..
ખંભાત તાલુકાના વાડોલા ગામે વીજ ગ્રાહકના ઘરમાં ડીમલાઈટ હોવાથી તેના નિરાકરણ માટે કર્મચારી ગયો...
डायन बताकर महिला को गर्म सलाखों से दागा:सिर मुंडवाकर और मुंह काला कर गांव में घुमाया, बीमारी ठीक करने के नाम पर हैवानियत
बूंदी के हिडोंली इलाके में एक महिला को डायन बताकर गर्म सलाखों से दागा गया। उसके बाल काटकर और मुंह...