চৰাইদেউ জিলাৰ মথুৰাপুৰত প্ৰতি দেওবাৰে অনুষ্ঠিত হোৱা সাপ্তাহিক বজাৰৰ বজাৰগৃহটিৰ আধাৰশিলা আজি স্থাপন কৰা হয়।

Sponsored

चाणक्य एकेडमी बूंदी (राजस्थान )

बूंदी के सभी विधार्थियो के लिए खुशखबरी...अब 1 जुलाई से चाणक्य एकेडमी फिर से सभी प्रतियोगी परीक्षाओं के नए बैच प्रारंभ करने जा रही है। जिसमे आप CET/पटवार/LDC शिक्षक भर्ती REET सभी भर्तियों के लिए आवेदन कर सकते हैं। अभी प्रवेश पर आपको 30% की छूट दी जाएगी। चाणक्य की अनुभवी फैकल्टी द्वारा आपको अध्ययन कराया जाएगा।

অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগৰ অধীনত নিৰ্মাণ হবলগীয়া আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ (APART) প্ৰকল্পৰ অধীনত বজাৰ আধুনিকৰণ আৰু উন্নীতকৰণ কাৰ্যসূচীৰ অন্তৰ্গত “মথুৰাপুৰ সাপ্তাহিক বজাৰ” গৃহটিৰ আধাৰশিলা অসম চৰকাৰ ৰাজহ ও দুৰ্যোগ ব্যৱস্থাপনা,পাৰ্বত্য উন্নয়ন দপ্তৰৰ মন্ত্ৰী যোগেন মহনে স্থাপন কৰে।

আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী যোগেন মহনৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ তথা বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷