তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী আল্টা বাচছ আউলাচৌকাৰ চকতে বাইক আৰোহীক খুন্দিৱাৰ ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী দূজনক। মঙ্গলদৈ যানবাহন আৰক্ষীয়ে বাইক আৰোহী দূজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

বাচৰ নম্বৰ --As25DC 6394.

বাইকৰ নম্বৰ -- As01Bv 0390