প্ৰত্যেক বছৰৰ দৰে এইবাৰো ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়স্থিত ঐতিহাসিক শ্ৰী শ্ৰী যুৰীয়া আই থানত পৱিত্ৰ ছঠ পূজা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ সুন্দৰ আৰু আধ্যাত্মিক পৰিৱেশত পালন কৰা ছঠ পূজাত আজি বহু ভক্তৰ সমাগম হয় ৷ নিজ মনোকামনা পূৰণ কৰাৰ উদ্দেশ্যে ভক্তসকলে নৈবদ্য লৈ বিয়লি ভাগত ছঠ পূজা ঘাটত উপস্থিত হয় ৷ বহু ভক্তই নিজ মনোকামনা পূৰণ কৰাৰ উদ্দেশ্যে ব্যতিক্ৰমী ৰূপত ঘাটলৈ অহা দেখা যায় ৷ ছঠ পূজা চাবলৈ পূজা ঘাটত বহু লোকৰ সমাগম হয় ৷ ভক্তসকলে নৈবদ্য লৈ ছঠ পূজা ঘাটত সূৰ্য দেৱতাক আৰাধনা কৰে ৷ ইপিনে ছঠ পূজা উদযাপন সমিতিয়ে বহু কেইগৰাকী লোকক ছঠ পূজা ঘাটত সন্মান জ্ঞাপন কৰে ৷ পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ আৰু সংকল্পৰ পিছত ভক্তসকলে প্ৰথম অৰ্ঘ্যৰ পিছত ঘাটৰপৰা নিজ গৃহলৈ ৰাওনা হয় ৷ পুৱা দুই বজাত পুনৰ ভক্তসকলে দ্বিতীয় অৰ্ঘ্যৰ বাবে ঘাটলৈ আহিব ৷ ছঠ পূজা উদযাপন সমিতিয়ে সুন্দৰভাৱে পূজাৰ আয়োজন কৰাৰ বাবে ভক্তসকলে উদযাপন সমিতিৰ পদক্ষেপক শলাগ লয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কুজিবালি হাঁহচৰাত অহা ২৭-২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব অসম নাট্য সন্মিলনৰ অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰু মাণ্ডলিক পূৰ্ণাংগ নাট প্ৰতিযোগিতাঃ হাচান চৰিফ আহমেদ সোঁৱৰণী "জীৱনজোৰা নাট্য সাধনা বঁটা" প্ৰদানৰ সিদ্ধান্ত
শিৱসাগৰঃ অসমৰ সৰ্ববৃহৎ নাট্য অনুষ্ঠান অসম নাট্য সন্মিলনৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত হাঁহচৰা শাখাৰ...
'Animal, Kabir Singh ने समाज में जहर घोला', Feminism पर काम कर रहे Breakthrough NGO ने बताया|Baithki
'Animal, Kabir Singh ने समाज में जहर घोला', Feminism पर काम कर रहे Breakthrough NGO ने बताया|Baithki
DEESA // ગંભીર ગુનાના કામનો નાસ્તો ફરતો આરોપી ને પકડી પાડતી ડીસા શહેર દક્ષિણ પોલીસ..
DEESA // ગંભીર ગુનાના કામનો નાસ્તો ફરતો આરોપી ને પકડી પાડતી ડીસા શહેર દક્ષિણ પોલીસ..
બ્યૂરો...
Breaking News: Arvind Kejriwal की गिरफ्तारी के बाद Metro Rail का बड़ा फैसला | Aaj Tak | Aaj Tak
Breaking News: Arvind Kejriwal की गिरफ्तारी के बाद Metro Rail का बड़ा फैसला | Aaj Tak | Aaj Tak
કાલોલ ની દશાલાડ વાડી ખાતે લક્ષ્મી મહિલા મંડળ દ્વારા ફુલ ફાગ મનોરથ નું આયોજન કરાયુ
કાલોલ ની દશાલાડ વાડી ખાતે લક્ષ્મી મહિલા મંડળ દ્વારા ફુલ ફાગ મનોરથ નું આયોજન કરાયુ
શનિવારે સાંજે...