প্ৰত্যেক বছৰৰ দৰে এইবাৰো ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়স্থিত ঐতিহাসিক শ্ৰী শ্ৰী যুৰীয়া আই থানত পৱিত্ৰ ছঠ পূজা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ সুন্দৰ আৰু আধ্যাত্মিক পৰিৱেশত পালন কৰা ছঠ পূজাত আজি বহু ভক্তৰ সমাগম হয় ৷ নিজ মনোকামনা পূৰণ কৰাৰ উদ্দেশ্যে ভক্তসকলে নৈবদ্য লৈ বিয়লি ভাগত ছঠ পূজা ঘাটত উপস্থিত হয় ৷ বহু ভক্তই নিজ মনোকামনা পূৰণ কৰাৰ উদ্দেশ্যে ব্যতিক্ৰমী ৰূপত ঘাটলৈ অহা দেখা যায় ৷ ছঠ পূজা চাবলৈ পূজা ঘাটত বহু লোকৰ সমাগম হয় ৷ ভক্তসকলে নৈবদ্য লৈ ছঠ পূজা ঘাটত সূৰ্য দেৱতাক আৰাধনা কৰে ৷ ইপিনে ছঠ পূজা উদযাপন সমিতিয়ে বহু কেইগৰাকী লোকক ছঠ পূজা ঘাটত সন্মান জ্ঞাপন কৰে ৷ পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ আৰু সংকল্পৰ পিছত ভক্তসকলে প্ৰথম অৰ্ঘ্যৰ পিছত ঘাটৰপৰা নিজ গৃহলৈ ৰাওনা হয় ৷ পুৱা দুই বজাত পুনৰ ভক্তসকলে দ্বিতীয় অৰ্ঘ্যৰ বাবে ঘাটলৈ আহিব ৷ ছঠ পূজা উদযাপন সমিতিয়ে সুন্দৰভাৱে পূজাৰ আয়োজন কৰাৰ বাবে ভক্তসকলে উদযাপন সমিতিৰ পদক্ষেপক শলাগ লয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
द नाहर संस्था बून्दी द्वारा देवझर महादेव प्रांगण में पंचवटी वृक्ष का किया पौधारोपण
बूंदी। द नाहर संस्था बून्दी द्वारा सोमवार को विज्ञान के जनक मार्कण्डेय ऋषि की तपोस्थली देवझर...
Rajasthan Politics News: Phone Tapping पर Lokesh Sharma के खुलासे से राजस्थान में सियासी उबाल
Rajasthan Politics News: Phone Tapping पर Lokesh Sharma के खुलासे से राजस्थान में सियासी उबाल
भाई की कलाई पर राखी बांधने की हसरत लिए बैठी थी बहने, उधर पुलिस ने दी शव मिलने की सूचना तो घर मे मचा कोहराम
बून्दी। भीमलत महादेव के झरने में शनिवार को पैर फिसलने से से नीचे गिरे युवक के शव को सोमवार सुबह...
रात भर झमाझम वर्षा से नदी नाले उफ़नाये मिट्टी में धंस कर पलट गया ट्राला
*_Panna News: रात भर झमाझम वर्षा से नदी नाले उफनाए, मिट्टी में धंसकर पलट गया ट्राला_*
पन्ना।...