গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাপে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সৌন্দৰ্য চৰ্চা কৰ্মশালা সম্পন্ন হয়৷ মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত অনুষ্ঠিত ২৮ আৰু ২৯ অক্টোবৰত অনুষ্ঠিত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে সৌন্দৰ্য বিশেষজ্ঞ জ্যোতিৰেখা বৰুৱাই৷ কৰ্মশালাত মহাবিদ্যালয়খনৰ ভালেসংখ্যক ছাত্ৰীয়ে অংশগ্ৰহণ কৰি প্ৰশিক্ষণ গ্ৰহণ কৰে৷ এই কৰ্মশালাৰ জড়িয়তে মহাবিদ্যালয়খনৰ ছাত্ৰীসকল যথেষ্ট পৰিমানে উপকৃত হ’ব বুলি অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই পোষকতা কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बजट घोषणाओं का समयबद्ध क्रियान्वयन सुनिश्चित करवाएंः कुमावत
बजट घोषणाओं का समयबद्ध क्रियान्वयन सुनिश्चित करवाएं। विभागीय अधिकारी बजट घोषणाओं की प्रभावी...
દિયોદર પોલીસ સ્ટેશન વિસ્તારમાંથી ચોરીના બાઈક સાથે બે ઈસમોને ઝડપી લેતી એલસીબી પાલનપુર
બનાસકાંઠા એલસીબી સ્ટાફ કિસ્મતજી,અને ભરતભાઇ દીયોદર પોલીસ સ્ટેશન વિસ્તારમાં પેટ્રોલિંગમાં હતા તે...
#Ayodhya अंबेडकर नगर वार्ड में स्थित काली जी के मंदिर से स्वच्छता अभियान की गई शुरुआत
#Ayodhya अंबेडकर नगर वार्ड में स्थित काली जी के मंदिर से स्वच्छता अभियान की गई शुरुआत
ઝઘડિયાના રાજપારડી નજીક હાઇવા ટ્રકે ટક્કર મારતા બાઇક ચાલકને ઇજા.
૬૫ વર્ષીય વૃધ્ધ બાઇક ચાલકને ગંભીર ઇજા થતા ભરુચ સિવિલ હોસ્પિટલ ખાતે લઇ જવાયો
ભરૂચ...
ৰহাত ১৯জন অৱসৰ প্ৰাপ্ত চৰকাৰী গাঁও প্ৰধান সকলক বিদায় সম্বৰ্ধনা জ্ঞাপন। অৱসৰ প্ৰাপ্ত গাঁও প্ৰধান সকলক এককালীন সাহাৰ্য্য ১০ লাখ টকা প্ৰদানৰ দাবী।
ৰহাত আজি ৰহা ৰাজহ চক্ৰ ৰ অন্তৰ্গত ১৯জন অৱসৰ প্ৰাপ্ত চৰকাৰী গাঁও প্ৰধান সকলক বিদায় সম্বৰ্ধনা...