গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাপে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সৌন্দৰ্য চৰ্চা কৰ্মশালা সম্পন্ন হয়৷ মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত অনুষ্ঠিত ২৮ আৰু ২৯ অক্টোবৰত অনুষ্ঠিত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে সৌন্দৰ্য বিশেষজ্ঞ জ্যোতিৰেখা বৰুৱাই৷ কৰ্মশালাত মহাবিদ্যালয়খনৰ ভালেসংখ্যক ছাত্ৰীয়ে অংশগ্ৰহণ কৰি প্ৰশিক্ষণ গ্ৰহণ কৰে৷ এই কৰ্মশালাৰ জড়িয়তে মহাবিদ্যালয়খনৰ ছাত্ৰীসকল যথেষ্ট পৰিমানে উপকৃত হ’ব বুলি অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই পোষকতা কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel Army को Al-Shifa के पास बंधक मिले, Netanyahu ने क्या बोल दिया? Biden | Hamas| Duniyadari E975
Israel Army को Al-Shifa के पास बंधक मिले, Netanyahu ने क्या बोल दिया? Biden | Hamas| Duniyadari E975
સિહોર શહેરમાં રોગચાળો નો ભય
સિહોર પંથકમાં બેવડી ત્રછતુને કારણે રોગચાળાનું પ્રમાણ વધ્યું વરસાદી ઝાપટાથી ગંદકી-મચ્છરોનો ઉપદ્રવ...
Asian Games 2023 : भारत ने एशियन गेम्स में जीता एक और गोल्ड मेडल | Team India | Breaking News
Asian Games 2023 : भारत ने एशियन गेम्स में जीता एक और गोल्ड मेडल | Team India | Breaking News
અશ્વ દોડ || BanasTv News Gujarati
અશ્વ દોડ || BanasTv News Gujarati