পশ্চিম যোৰহাটৰ টিলিকীআমত অৱস্থিত ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত অৱস্থিত সৌভাগ্য ধাবাত যোৱা 22 জুলাই তাৰিখে মালিক দেৱৰাজ দত্তৰ প্ৰহাৰত গুৰুত্ব ভাবে যখম হৈছিল ধাবাখনত দুটা বছৰ ধৰি কাৰিকৰ হিচাপে কৰ্মৰত প্ৰবিত্র তামূলী নামৰ ব্যক্তিজন। উক্ত দিনা সময়ত ঘৰত উপস্থিত নোহোৱাৰ বাবে পত্নীয়ে স্বামী ঘৰলৈ উভতি নহাত ধাবাখনত উপস্থিত হৈ স্বামী পবিত্ৰ তামূলীক তেজেৰে লুতুৰী পুতুৰী হৈ থকা অৱস্থাত উদ্ধাৰ কৰে। আৰু স্থানীয় চিকিৎসায়লৈ লৈ আনে। আৰু ধাবাখনৰ মালিকে মাৰ পীত কৰা ঘটনা পোহৰলৈ আহে। আৰু পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। দিন বাগৰাৰ লগে লগে পবিত্ৰ তামূলীৰ দেহা অধিক শোচনীয় হৈ পৰে আৰু অৱশেষত কালি নিশা পবিত্ৰ তামূলীয়ে মৃত্যু ক আঁকোৱালি লব লগা হয়। স্থানীয় লোকে আৰক্ষীক উচিত তদন্ত কৰি দূষিক উচিত শাস্তি প্ৰদান কৰি এই ধাবা খন বন্ধ কৰিবলৈ দাবী জনায়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लैंडिंग के दौरान रनवे पर टकराए दो विमान, आग की लपटें देख सहमे यात्री; तस्वीरों में देखें भयानक मंजर
नए साल पर भीषण भूकंप के बाद एक और दिल दहलाने वाली खबर सामने आई है। दरअसल, रनवे पर उतरते वक्त...
भव्य भजन संध्या का आयोजन
टोंक जिले के गांव गुड़ा आनंदपुरा में सोमवार को भव्य भजन संध्या कार्यक्रम का आयोजन किया गया।...
জলমগ্ন পাকিস্তানত দুৰ্যোগ প্ৰভাৱিত ঘোষণা
কৰাচী, ৩০ আগষ্ট। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত ভয়ংকৰ বান পৰিস্থতিৰ উদ্ভৱ হৈছে। সম্পূৰ্ণ...
সদৌ অসম ফুটবল সন্থাৰ আহ্বান মৰ্মে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু চাৰিদুৱাৰ ক্ৰীড়া সন্থাৰ সহযোগত শোনিতপুৰৰ চাৰিদুৱাৰত সদৌ অসম আন্ত:জিলা ১৩ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগীতা।
সদৌ অসম ফুটবল সন্থাৰ আহ্বান মৰ্মে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু চাৰিদুৱাৰ ক্ৰীড়া সন্থাৰ...
Lok Sabha Election 2024: Kanhaiya Kumar को थप्पड़ मारने वाले ने जारी किया वीडियो, बताई वजह
Lok Sabha Election 2024: Kanhaiya Kumar को थप्पड़ मारने वाले ने जारी किया वीडियो, बताई वजह