সদৌ অসম ফুটবল সন্থাৰ আহ্বান মৰ্মে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু চাৰিদুৱাৰ ক্ৰীড়া সন্থাৰ সহযোগত শোনিতপুৰৰ চাৰিদুৱাৰত সদৌ অসম আন্ত:জিলা ১৩ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগীতা। ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা মুঠ ৯ টাকৈ দলে অংশগ্ৰহণ কৰিবলগীয়া এই ফুটবল প্ৰতিযোগীতা খনিৰ শুভাৰাম্ভী খেলখন অনুষ্ঠিত হয় ধেমাজী আৰু বিশ্বনাথ চাৰিআলিৰ মাজত।ধেমাজী জিলাই বিশ্বনাথ জিলাক ৭-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰে।
সদৌ অসম ফুটবল সন্থাৰ আহ্বান মৰ্মে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু চাৰিদুৱাৰ ক্ৰীড়া সন্থাৰ সহযোগত শোনিতপুৰৰ চাৰিদুৱাৰত সদৌ অসম আন্ত:জিলা ১৩ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগীতা।
![](https://i.ytimg.com/vi/eC0y8lENIIA/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)