ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নাৰায়ণপুৰ পৌৰসভাই ৰূপায়ন কৰিছে Chief Minister's Institutional Plantation Programme আঁচনি৷ ১৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে ৰাজ্যযুৰি ৰুপায়ণ কৰা হ’ব মুৰ্খ্যমন্ত্ৰীৰ বিশেষ আচঁনি৷ আজি নাৰায়ণপুৰ পৌৰসভাই শ্ৰীশ্ৰী হৰিদেৱ থান চৌহদত ৰূপায়ন কৰে আচঁনিখন ৷ বৃক্ষৰোপন কাৰ্যসুচীত অংশগ্ৰহণ কৰে পৌৰপতি হৰিশ চন্দক উপ-পৌৰপতি বিৰাজ ভূঞাকে ধৰি পৌৰসভা খনৰ প্ৰতিগৰাকী ৱাৰ্ড কমিচনাৰ আৰু একাংশ পৌৰকৰ্মী৷ পৌৰসভাখনৰ অন্তৰ্গত প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানত আচঁনি খনৰ জৰিয়তে বৃক্ষৰোপন কাৰ্যসুচীৰে সামৰি লোৱা হ’ব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jammu Kashmir के युवाओं ने Terrorism से निपटने के लिए Village Defence Guard शुरू करने की मांग की
Jammu Kashmir के युवाओं ने Terrorism से निपटने के लिए Village Defence Guard शुरू करने की मांग की
शिक्रापूरच्या बेपत्ता अपेक्षाचा बापानेच खून करून नदीत फेकल्याने खळबळ
शिक्रापूरच्या बेपत्ता अपेक्षाचा बापानेच खून करून नदीत फेकल्याने खळबळ
કાલોલ નગર પાલિકાના કોમ્યુનિટી હોલ ખાતે દસમાં તબક્કાના સેવાસેતુ કાર્યક્રમ યોજાયો.
રાજ્ય સરકારની પ્રજાલક્ષી યોજનાઓનો લાભ પ્રજાને સતત મળતો રહે અને વહીવટમાં કાર્યક્ષમતા,પારદર્શકતા,...