ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নাৰায়ণপুৰ পৌৰসভাই ৰূপায়ন কৰিছে Chief Minister's Institutional Plantation Programme আঁচনি৷ ১৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে ৰাজ্যযুৰি ৰুপায়ণ কৰা হ’ব মুৰ্খ্যমন্ত্ৰীৰ বিশেষ আচঁনি৷ আজি নাৰায়ণপুৰ পৌৰসভাই শ্ৰীশ্ৰী হৰিদেৱ থান চৌহদত ৰূপায়ন কৰে আচঁনিখন ৷ বৃক্ষৰোপন কাৰ্যসুচীত অংশগ্ৰহণ কৰে পৌৰপতি হৰিশ চন্দক উপ-পৌৰপতি বিৰাজ ভূঞাকে ধৰি পৌৰসভা খনৰ প্ৰতিগৰাকী ৱাৰ্ড কমিচনাৰ আৰু একাংশ পৌৰকৰ্মী৷ পৌৰসভাখনৰ অন্তৰ্গত প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানত আচঁনি খনৰ জৰিয়তে বৃক্ষৰোপন কাৰ্যসুচীৰে সামৰি লোৱা হ’ব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
डॉ सोंकरिया मेडिकल काॅलेज मे बने सहायक आचार्य
बूंदी। बूंदी सामान्य चिकित्सालय में कार्यरत स्त्री एवं प्रसूति रोग विशेषज्ञ डॉ अमर सिंह सोंकरिया...
চাপৰমুখ সিং গাঁও স্থিত দ্বিতীয় ঐতিহাসিক গুৰুদ্বাৰা মাতাজীত ৪০৩ তম্ প্ৰকাশ উৎসৱ শুভাৰম্ভ।১৭এপ্ৰিলত নগৰ কীৰ্তন আৰু ১৮এপ্ৰিলত দিৱান।
বৰ্ষ১৮২০ত ৰহাৰ চাপৰমুখ সিং গাঁওত স্থাপিত উওৰ পূৰ্বাঞ্চলৰ দ্বিতীয় ঐতিহাসিক গুৰুদ্বাৰা মাতাজীত...
MCN NEWS| लोकशाहीर अण्णाभाऊ साठे जयंती निमित्त शालेय साहित्याचे वाटप
MCN NEWS| लोकशाहीर अण्णाभाऊ साठे जयंती निमित्त शालेय साहित्याचे वाटप
'योगी हैं देश के बेस्ट मुख्यमंत्री', सरकार बनाम संगठन विवाद के बाद केशव प्रसाद मौर्य का बड़ा बयान
उत्तर प्रदेश में सरकार और संगठन के बीच तनातनी की बात सुर्खियों में आने के बाद अब केशव प्रसाद...
हिमाचलवासियों को बारिश से राहत मिलने के आसार नहीं है
हिमाचल प्रदेश के कुल्लू के आनी में भारी बारिश के बाद आई बाढ़ ने तबाही मचा दी है. मूसलाधार बारिश...