উজনি অসমৰ গৰু বেপাৰৰ হৃদপিণ্ড মাজুলী 

মাজুলীৰ VISION Majuli নামৰ Whatsapp গ্ৰুপত চলিছে মাজুলীক ধৰ্মীয় ভাৱে আক্ৰমণ কৰাৰ মাষ্টৰ প্লেন 

এই VISION MAJULI নামৰ গ্ৰোপটোত আছে কেবিনেট পৰ্যায়ৰ মন্ত্ৰী বিমল বৰাকে ধৰি বিজেপিৰ বহু কেইজন নেতা 

অডিঅটোট স্পষ্ট ভাৱে এজনে ভইছ মেছেজ কৰিছে মাজুলীত মছজিদ হব , মাজুলীৰ বনগাঁও , আউনীআটী , ফুলনিত হব মছজিদ ৷ 

হে আল্ল মাজুলী আমাৰ হওক , মাজুলী আমাৰ হওক বুলি পাৰ্থনা 

আজান দিয়াৰ মাইক থাকিব কমলাবাৰী সত্ৰ , আউনীআটি সত্ৰত ৷

উজনি অসমৰ গৰু বেপাৰৰ হৃদপিণ্ড মাজুলীত 

মাজুলীৰ বাঘা বাঘা বিজেপিৰ নেতা থকা , কেন্দ্ৰীয় মন্ত্ৰী থকা এই Whtsapp গ্ৰোপত কোনে চলাইছে মাজুলীক ধৰ্মীয় ভাৱে আক্ৰমণ কৰাৰ পৰিকল্পনা ৷