দেশৰ ৭৫ তম স্বাধীন দিৱস উপলক্ষে আজাদি অমৃত মহোৎসৱ উদযাপন সৈতে সংগতি ৰাখি লোৱা হৰ ঘৰ তিৰংগাৰ কাৰ্যসূচীৰ কোনো ব্যতিক্ৰম হোৱা লংটং তিনিমাইলত । হৰ ঘৰ তিৰংগাৰ কাৰ্যসূচী উপলক্ষে অঞ্চলটোৰ কেইবাটাও আত্মহসহায়ক গোট আৰু গাঁও পঞ্চায়ত প্ৰতিনিধিৰ সহযোগত আজি টিৰাপৰ লংটং তিনিমাইলৰ পৰা ডিগবৈ তৈলক্ষেত্ৰলৈকে শতাধিক পুৰুষ মহিলাই এক বৃহৎ মটৰ চাইকেল ৰেলিৰে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ এক সজাগতা মুলক অভিযান সৃষ্টি কৰে ।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  প্ৰধানমন্ত্ৰীক নিজে অঁকা পেইণ্টিং উপহাৰ শিলচৰৰ দিব্যাংগ চিত্ৰশিল্পীৰ 
 
                      শিলচৰৰ এগৰাকী দিব্যাংগ চিত্ৰশিল্পীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।...
                  
   દાહોદ  દંપતીને માર મારી લૂંટ ચલાવી લૂંટારા થયા ફરાર જેમાં મહિલાનું થયું મોત 
 
                      દાહોદ દંપતીને માર મારી લૂંટ ચલાવી લૂંટારા થયા ફરાર જેમાં મહિલાનું થયું મોત
                  
   વડોદરા: નારાયણ વાડી હોટલ પાસે Atladara જય ભવાની ગ્રુપ દ્વારા નવરાત્રિ તૈયારીઓ પૂરે જોશમાં | Navratri 
 
                      વડોદરા: નારાયણ વાડી હોટલ પાસે Atladara જય ભવાની ગ્રુપ દ્વારા નવરાત્રિ તૈયારીઓ પૂરે જોશમાં | Navratri
                  
   
  
  
  
   
  