শ্ৰীমন্ত শংকৰদেৱ সংঘ কেন্দ্ৰীক বিতৰ্ক সন্দৰ্ভত আজি সোণাৰিত মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মহনে। বিতৰ্ক বোৰ আলোচনাৰ মাধ্যমেৰে সমাধানৰ আহ্বান মন্ত্ৰী গৰাকীৰ। এৰাধৰাৰ মাজেৰে সকলোকে আগবাঢ়িবলৈ মন্ত্ৰী যোগেন মহনৰ।