৯৯ নং মাজুলী বিধান সভা সমষ্টিৰ বিধায়ক ভুৱন গামে আজি জিলা খনৰ অন্তৰ্গত যদিও মাজুলীৰ মুল ভূখণ্ডৰ পৰা পৃথক হৈ থকা আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি অঞ্চল পৰিভ্ৰমণ কৰে ৷ বিধায়ক ভুৱন গামে আঁহতগুৰি গাঁও পঞ্চায়ত 'সামুহিক ভৱনত' এখন সভাত অংশ গ্ৰহন কৰি পঞ্চায়ত দুখনৰ বাসিন্দা সকলক আজাদী কা অমৃত মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে জাতীয় পতাকা ঘৰত উত্তলন কৰিবলৈ আহ্বান জনাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાત યૂનિવર્સિટી અમદાવાદ દ્વારા 71 મો પદવિદાન અને દિક્ષાંત સમારોહ યોજાયો...
ગુજરાત યૂનિવર્સિટી અમદાવાદ દ્વારા 71 મો પદવિદાન અને દિક્ષાંત સમારોહ યોજાયો...
গোলাঘাটত বিদেশী ভক্তক অপমান হোটেল কৰ্তৃপক্ষৰঃব্যৱস্থা গ্ৰহণৰ দাবী উপায়ুক্তক
ৰথ যাত্ৰালৈ অহা বিদেশী ভক্তক গোলাঘাট নগৰৰ হোটেল কৰ্তৃপক্ষৰ অভব্য আচৰণ। নগৰৰ এৰেঙাপাৰা অঞ্চলৰ...
Ambedkar Nagar में लड़की की मौत का CCTV आया सामने, तीनों बदमाशों का ये हाल हुआ
Ambedkar Nagar में लड़की की मौत का CCTV आया सामने, तीनों बदमाशों का ये हाल हुआ
राजापूर जनकल्याण पतसंस्थेच्या सभासदांना यंदा ९ टक्के लाभांश
राजापूर : येथील राजापूर तालुका जनकल्याण पतसंस्थेच्या १७व्या वार्षिक सर्वसाधारण सभेत सभासदांना नऊ...