চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ দেহাৱসান । GMCH অত বিয়লি ৩ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে।