সোণাৰিত মাইক্ৰফাইনেন্সৰ ঋণগ্ৰস্থ মহিলাক চেক বিতৰণ

চৰাইদেউ জিলাৰ সোণাৰি নগৰ স্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ অধীনত মহিলা হিতাধিকাৰী সকলৰ মাজত অনুষ্ঠানিকভাৱে  উদগনিমূলক চেক্ প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ  তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক  ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰমুখ্যে অন্যান্য অতিথি সকলে মহিলা হিতাধিকাৰী সকলৰ মাজত চেক বিতৰণ কৰে