গোলাঘাট বেঙেনাখোৱাত ফ্লীপকাৰ্টৰ কাৰ্য্যালয়ত এজন যুৱকক ফ্লীপকাৰ্টৰ চুপাৰভাইজাৰে মাৰপিত কৰাৰ অভিযোগত সদৰ থানাত গোচৰ ৰুজু ভুক্তভোগীৰ। গোলাঘাট বেঙেনাখোৱা স্থিত ফ্লীপকাৰ্টৰ কাৰ্য্যালয়ত এজন যুৱকক ফ্লীপকাৰ্টৰ চুপাৰভাইজাৰৰ লগতে কাৰ্য্যালয়ত থকা চাৰি পাচ জনিয়া এটা দলে মাৰ পিত কৰা বুলি অভিযোগ উত্থাপন কৰি গোলাঘাট সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী যুৱক জনে। লগতে চুপাৰভাইজাৰ আৰু চাৰি পাচ জনিয়া দলটোৱে জুব্ক জনক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে বুলিও মন্তব্য কৰে ভুক্তভোগী যুৱক জনে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'Muzaffarnagar दंगों के दौरान Akhilesh Yadav सैफई में जश्न मना रहे थे..' - Asaduddin Owaisi | AajTak
'Muzaffarnagar दंगों के दौरान Akhilesh Yadav सैफई में जश्न मना रहे थे..' - Asaduddin Owaisi | AajTak
ঐতিৰ্য মণ্ডিত মাজুলী মহাবিদ্যালয়ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
ঐতিহ্য মণ্ডিত মাজুলী মহাবিদ্যালয়ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
মাজুলীৰ উচ্চ...
Hyundai Inster EV के भारत लॉन्च को लेकर मिला नया अपडेट, जानिए कब हो रही एंट्री
ऑटो कंपनी Hyundai इन दिनों एक नई इलेक्ट्रिक कार पर काम कर रही है। इसे टाटा पंच ईवी से मुकाबला...