তুংগত উঠিছে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। ৭ নং ৰজাবাৰী পৰিষদীয় সমষ্টিত ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ বিজেপি দলৰ। সমষ্টিটোত বিজেপি দলৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীৰ হৈ প্ৰচাৰত নামিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীৰ সমৰ্থনত প্ৰচাৰ চলায় বিজেপি প্ৰাৰ্থীগৰাকী বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য সমষ্টিটোৰ প্ৰভাৰী ধৰ্মেশ্বৰ কোঁৱৰৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CSP কেন্দ্ৰত ডকাইতি কৰিবলৈ আহি আটক পিষ্টলসহ ডকাইত।ধৃত আটকাধীন ডকাইত লটানি চাপৰিৰ জীয়াবুৰ ৰহমান।
🔴 ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীৰ SBIৰ CSP কেন্দ্ৰত ডকাইতি কৰিবলৈ আহিছিল এটা দুজনীয়া দুৰ্বৃত্তৰ দল।
🔴...
5.6 तीव्रता के भूकंप से हिला न्यूजीलैंड, घरों से बाहर निकलकर भागे लोग
न्यूजीलैंड में भूकंप से धरती कांप उठी है। भूकंप की तीव्रता रिक्टर पैमाने पर 5.6 मापी गई है। भूकंप...
पत्रकार अमोल कोमावार हल्ल्याप्रकरणी महाराष्ट्र राज्य ग्रामीण पत्रकार संघाच्या वतीने तिव्र निषेध
पत्रकार अमोल कोमावार हल्ल्याप्रकरणी महाराष्ट्र राज्य ग्रामीण पत्रकार संघाच्या वतीने तिव्र निषेध
'Gau Run' Jaipur 2025 will be scheduled on Sunday, 16 November 2025.
'Gau Run' Jaipur 2025 will be scheduled on Sunday, 16 November 2025.
The main...
Weather Update: इन राज्यों में बारिश के साथ गिरेंगे ओले, IMD ने बताई ये वजह
भारत मौसम विभाग (IMD) ने एक बार फिर संकेत दिया है कि आने वाले दिनों में कई जगहों पर बारिश होने की...