তুংগত উঠিছে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। ৭ নং ৰজাবাৰী পৰিষদীয় সমষ্টিত ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ বিজেপি দলৰ। সমষ্টিটোত বিজেপি দলৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীৰ হৈ প্ৰচাৰত নামিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীৰ সমৰ্থনত প্ৰচাৰ চলায় বিজেপি প্ৰাৰ্থীগৰাকী বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য সমষ্টিটোৰ প্ৰভাৰী ধৰ্মেশ্বৰ কোঁৱৰৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ये होंगे Swami Swaroopanand Saraswati के उत्तराधिकारी | saraswati death | saraswati death #news
ये होंगे Swami Swaroopanand Saraswati के उत्तराधिकारी | saraswati death | saraswati death #news
गुजरात में 14 इंच बारिश से 15 की मौत, 33 जिलों में मूसलाधार बारिश का रेड अलर्ट
गुजरात के कई इलाकों में मंगलवार को भी भारी बारिश हुई। इससे बाढ़ जैसे हालात हैं। राज्य की ज्यादातर...
कोटा शहर में देर रात को बरसी आफत की बारिश कई इलाकों में भरा पानी
कोटा शहर में रविवार रात को बरसी आफत की बारिश प्रेमनगर इलाके में सड़कों पर भरा पानी लोग हुए परेशान...
રણછોડ રાયજીની ભવ્ય શોભાયાત્રા
#buletinindia #gujarat #dahod