দুই কণ্যা-পুত্ৰৰ হাতত মৃত পিতৃৰ ফটো । আজিও পিতৃৰ কথা মনত পৰে কণ্যা-পুত্ৰৰ । এই কথাও জানে পিতৃ কেতিয়াও উভতি নাহে । কিন্তু আজিও সন্তানৰ চকুত-চকুলু । এই দৃশ্য দেখি চকুপানী ওলাই পৰিব আপোনাৰো । কিন্তু কোনে বুজি পাব পুত্ৰ-কণ্যাৰ বেদনা । আচলতে এই বেদনা বুজি পাব পিতৃ-মাতৃহাৰা সকলহে । কিমান কষ্টকৰ হৈ এই জীৱন । আপুনিও যদি সৰুতে পিতৃ-মাতৃক হেৰুৱাইছিল তেন্তে আপুনিও ভালকৈ জানে পিতৃ-মাতৃ হেৰুৱাৰ বেদনা । হয় ভালকৈ মন কৰক হাতত ফটো লৈ থিয় হোৱা দুটি কণমাণিলৈ । কিদৰে পিতৃৰ ফটো হাতত লৈ বেজাৰ মনে থিয় হৈ দুই-পুত্ৰ কণ্যাই । কিন্তু এতিয়া নাই এই দুয়োৰে পিতৃ । এতিয়া পিতৃহাৰা এই দুটি কণমাণি । আনএগৰাকী ভগ্নী আছে, যদিও আমি দেখুৱাম পৰা নাই তাইৰ ফটো । সম্প্ৰতি কোনো দিশ-বিদিশ পোৱা নাই তিনি পুত্ৰ কণ্যাই । দিশ-বিদিশ নোপোৱা এই তিনিওগৰাকী হৈছে বিজয় নমসূত্ৰৰ পুত্ৰ-কণ্যা । পিতৃৰ মৃত্যুৰ পিছতে দিশাহাৰ হৈ পৰিছে এই তিনিগৰাকী পুত্ৰ-কণ্যাই । সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল ডবকাৰ আমবাৰীৰ এই পৰিয়ালটিৰ দূৰ্শাৰ বাতৰি । এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বিজয় নমসূদ্ৰৰ পৰিয়ালক সহায় কৰিবলৈ আগুৱাই আহিল সমাজ সেৱক শ্বাহাব উদ্দিন মজুমদাৰ । শ্বাহাব উদ্দিন মজুমদাৰে দূৰ্ভগীয়া পৰিয়ালটিক আগবঢ়াই এককালিন ১০ হাজাৰ টকাৰ সাহাৰ্য্য । শ্বাহাব উদ্দিন মজুমদাৰে দুৰ্ভগীয়া পৰিয়াটিক সহায় কৰাত আনন্দিত হৈ দুভৰ্গীয়া পৰিয়ালটিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসম আৰক্ষী দিৱস উপলক্ষে কাহিলীপাৰাৰ চতুৰ্থ এপিবিএনত কেন্দ্ৰীয়ভাৱে উদযাপন
অসম আৰক্ষী দিৱস উপলক্ষে কাহিলীপাৰাৰ চতুৰ্থ এপিবিএনত কেন্দ্ৰীয়ভাৱে উদযাপন
श्री चारभुजा नाथ विकास समिति करेगी लोकसभा अध्यक्ष ओम बिरला का अभिनंदन, करेगे अनुरोध पत्र भेंट
बूंदी। कजली तीज महोत्सव के अवसर पर 22 अगस्त की शोभायात्रा में जन जन के लाडले सांसद एवं लोकसभा...
মাজুলীৰ সত্ৰানুষ্ঠানৰ আৰম্ভ হ'ল ভদীয়া কীৰ্তন । খোল তাল, নামৰ ধ্বনিৰে মুখৰিত
মাজুলীৰ সত্ৰানুষ্ঠান আৰু গাঁৱৰ নাম ঘৰ সমুহত আৰম্ভ হৈছে ভদীয়া নাম ৷ গুৰু দুজনাৰ মিলন ক্ষেত্ৰ...
धर्मवीर २ ची तयारी सुरू, अशी होणार घोषणा | Dharmaveer | Pravin Tarde | Mangesh Desai
धर्मवीर २ ची तयारी सुरू, अशी होणार घोषणा | Dharmaveer | Pravin Tarde | Mangesh Desai