নিতুল দাধৰা আৰু সংঘামিত্ৰা শৰ্মাৰ কণ্ঠত নতুন গীত

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰা আৰু সংঘামিত্ৰা শৰ্মাৰ কণ্ঠত "এন্ধাৰত জোনাক"শীৰ্ষক নতুন গীত মুকলি। পখিলি এলবামৰ এন্ধাৰত জোনাক গীতৰ কথা অংগদ মেছৰ আৰু সুৰ কৰিছে অংগদ আৰু নিতুল দাধৰাই।