অইন বেলিৰ দৰে এই বেলিও পশ্চিম বড়িগোগ আঞ্চলিক ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।

অহা ৬ , ৭ আৰু ৮ নবেম্বৰ (২০২২) কামপীঠ কঞাঁ ত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। এইবেলি তিনিদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।