চাংসাৰিত আজি উপস্থিত হয় জালুকবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ শিক্ষা খণ্ডৰ সামূহিক বিকাশৰ অৰ্থে চৰকাৰে লৈছে নিতৌ নতুন অভিলাষী আঁচনি। ৰাজ্যখনত অবস্থিত মাধ্যমিক বিদ্যালয় সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে এক অভিলাষী আঁচনি।যি সমূহ মাধ্যমিক বিদ্যালয়ৰ নিজাকৈ ভূমি আছে সেই সমূহ বিদ্যালয়ৰ পুৰণি গৃহ সমূহ ভাঙি নতুন বিদ্যালয় গৃহ তৈয়াৰ কৰি দিয়াৰ বাবে প্ৰবৰ্তন কৰিছে অভিলাষী আঁচনি। কিন্তু ইয়াৰ বিপৰীতে সেই সমূহ অঞ্চলত থকা বিদ্যালয়ৰ লগত জড়িত মানুহৰ আবেগ অনুভুতিক প্ৰাধান্য দিয়াৰ প্ৰয়াস কৰিব ৰাজ্য চৰকাৰে। লগতে জালুকবাৰী বিধানসভা সমষ্টিৰ ৰংমহল আৰু চাংসাৰিত অবস্থিত বিদ্যালয় দুখন উন্নীতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गणेश विसर्जन के दौरान 15 साल की लड़की के साथ शर्मनाक हरकत, लोक लाज में पीड़िता ने लगाई फांसी; हालत गंभीर
सोमवार की शाम को हरदोई में गणेश महोत्सव के दौरान विसर्जन का कार्यक्रम चल रहा था जहां पर यह 15...
અંબાજી મેળામાં સેફ અને સિક્યોરની લાગણી અનુભવતી યુવતીઓએ સરકારનો માન્યો આભાર
અંબાજી મેળામાં સેફ અને સિક્યોરની લાગણી અનુભવતી યુવતીઓએ સરકારનો માન્યો આભાર
Allu Arjun Gets Bail: रिहाई के बाद अल्लू अर्जुन का पहला बयान आया, कहा- जो कुछ भी हुआ उसके लिए सॉरी
Allu Arjun Gets Bail: रिहाई के बाद अल्लू अर्जुन का पहला बयान आया, कहा- जो कुछ भी हुआ उसके लिए सॉरी
કાલોલ નગરપાલિકા દ્વારા લારી ગલ્લા સહિતના દબાણો હટાવી રસ્તા ખુલ્લા કરાયાં
કાલોલ નગર ખાતે છેલ્લા કેટલાય દિવસથી કાલોલ નગરપાલિકાના ચીફ ઓફિસર મીલાપભાઇ પટેલ સુચના અનુસાર...