চাংসাৰিত আজি উপস্থিত হয় জালুকবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ শিক্ষা খণ্ডৰ সামূহিক বিকাশৰ অৰ্থে চৰকাৰে লৈছে নিতৌ নতুন অভিলাষী আঁচনি। ৰাজ্যখনত অবস্থিত মাধ্যমিক বিদ্যালয় সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে এক অভিলাষী আঁচনি।যি সমূহ মাধ্যমিক বিদ্যালয়ৰ নিজাকৈ ভূমি আছে সেই সমূহ বিদ্যালয়ৰ পুৰণি গৃহ সমূহ ভাঙি নতুন বিদ্যালয় গৃহ তৈয়াৰ কৰি দিয়াৰ বাবে প্ৰবৰ্তন কৰিছে অভিলাষী আঁচনি। কিন্তু ইয়াৰ বিপৰীতে সেই সমূহ অঞ্চলত থকা বিদ্যালয়ৰ লগত জড়িত মানুহৰ আবেগ অনুভুতিক প্ৰাধান্য দিয়াৰ প্ৰয়াস কৰিব ৰাজ্য চৰকাৰে। লগতে জালুকবাৰী বিধানসভা সমষ্টিৰ ৰংমহল আৰু চাংসাৰিত অবস্থিত বিদ্যালয় দুখন উন্নীতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NEET UG 2024 Hearing: NEET पेपर लीक पर Supreme Court में बड़ी सुनवाई | NEET Paper Leak | NTA
NEET UG 2024 Hearing: NEET पेपर लीक पर Supreme Court में बड़ी सुनवाई | NEET Paper Leak | NTA
અમદાવાદના પરિમલ ગાર્ડન પાસેથી 20 ગ્રામ એમડી ડ્રગ્સ સાથે ક્રાઇમબ્રાન્ચે બે પેડલરોને ઝડપી પાડ્યા
રાજ્યમાં જાણે કે ડ્રગ્સના વેચાણનું એપી સેન્ટર બન્યુ હોય તેવી રીતે દિવસને-દિવસે ડ્રગ્સ પકડાવાનો...
મહુવા સુગરના મિલના કેમ્પસમાં ચેરમેન માનસિંહ પટેલની ઉપસ્થિતિમાં વૃક્ષારોપણ કાર્યક્રમ યોજાયો.
વિશ્વ પર્યાવરણ દિવસ જેની ઉજવણીના ભાગરૂપે મહુવા સુગરમિલના ચેરમેન માનસિંહ પટેલની ઉપસ્થિતિમાં...
વિધાનસભાની ચૂંટણી અગાઉ શરૂ થયા લોકડાયરાઓ., ધારાસભ્ય અંબરીશ ડેર, પૂંજા વંશે ચલણી નોટોનો કર્યો વરસાદ..
વિધાનસભાની ચૂંટણી અગાઉ શરૂ થયા લોકડાયરાઓ., ધારાસભ્ય અંબરીશ ડેર, પૂંજા વંશે ચલણી નોટોનો કર્યો વરસાદ..