এটা বনৰীয়া মহ হত্যা কৰি মাংস ভক্ষণ কৰিবলৈ চেষ্টা কৰা ৫ জন লোকক আটক কৰিছে টিংখাং আৰক্ষীয়ে। টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ধমন বৰবিল গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাওঁখনৰ ডিম্বেশ্বৰ কোচ নামৰ লোকজনে যোৱা বৃহস্পতিবাৰে ফাণ্ড পাতি এটা বনৰীয়া মহ ধৰিবলৈ সক্ষম হয়। মতা এই বনৰীয়া মহটো মঙ্গলবাৰে পুৱাই টিংখাঙৰ নাওজান গাঁৱৰ ভদ্ৰ আৰন্ধৰা নামৰ লোকজনে আন কেইজনমানৰ সৈতে মিলি ৫০ হাজাৰ টকাত ক্ৰয় কৰি হত্যা কৰে। ঘটনাৰ লগত জড়িত থকা নাওজানৰ ভদ্ৰ আৰন্ধৰা ৩ নং হাতীগড়ৰ প্ৰকাশ চয়, ৰাফেল চুৰীন, লোকাচ হেমৰম আৰক্ষীয়ে আটক কৰিছে। ইয়াৰে আৰু তিনিজন পলাই যাবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্ত্তি ড° শিৱনাথ বৰ্মন
জনসাধাৰণৰ সম্পাদক,সাহিত্যিক ড° শিৱনাথ বৰ্মন অসুস্থ৷ গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্ত্তি হৈ...
ಬೆಂಗಳೂರಿನ ಮಲ್ಲೇಶ್ವರದ ಕಾಡು ಮಲ್ಲೇಶ್ವರ ಬಯಲು ರಂಗ ಮಂಟಪದಲ್ಲಿ ಫೆಬ್ರವರಿ 23 ರಿಂದ 25 ರವರೆಗೆ ರಾಷ್ಟ್ರೀಯ ಸಂಗೀತ ಮತ್ತು ನೃತ್ಯ ಉತ್ಸವ ನಡೆಯಲಿದೆ.
ಫೆಬ್ರವರಿ 20, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು 'ಸಂಗೀತ ಸಂಭ್ರಮ ಟ್ರಸ್ಟ್, ಕಾಡು ಮಲ್ಲೇಶ್ವರ ಗೆಳೆಯರ...
হোজাইত চৰকাৰী চাউলত প্লাষ্টিক চাউল মিহলাই কোনে কৰিছে বিতৰন
হোজাইত চৰকাৰী চাউলত প্লাষ্টিক চাউল মিহলাই কোনে কৰিছে বিতৰন।প্ৰশাসনক ব্যৱস্থা লোৱাৰ দাবী।
...
જીઆઇડી જવાની દાદાગીરી આવી સામે જીઆરડીના વાહનમાં જ પોલીસના ટેગ જોવા મળ્યો
જીઆઇડી જવાની દાદાગીરી આવી સામે જીઆરડીના વાહનમાં જ પોલીસના ટેગ જોવા મળ્યો
ONGC Share News: 3% से ज्यादा Stock में तेजी, आगे क्या करने की है सलाह? | Business News | CNBC Awaaz
ONGC Share News: 3% से ज्यादा Stock में तेजी, आगे क्या करने की है सलाह? | Business News | CNBC Awaaz