গহপুৰ মকুমাৰ অন্তৰ্গত হেলেম মিছামাৰীৰ ভানুভৱনত গোৰ্খা স্বায়ত্ব শাসন দাবী সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা সমিতিৰ সহযোগত বৈপ্লবিক কবি সকলৰ কবি সন্মিলন আয়োজন কৰে ।য'ত উপস্থিত থাকে দাবী সমিতিৰ কেন্দীয় সভাপতি হৰ্ক বাহাদুৰ ছেত্ৰী লগতে বিশ্বনাথ জিলা আৰু অসমৰ প্ৰতিষ্ঠা গোৰ্খা কবি সকল । সন্মানীয় অতিথি ৰূপত উপস্থিত থাকে ডঃ ডৰ ইন্দু প্ৰভা দেবী আৰু ডঃ ডৰ চিন্তমুনি শৰ্মা লগতে উপস্থিত থাকে লগতে উপস্থিত থাকে সাহিত্যয় একাডেমী প্ৰাপক অঞ্জন বাচকটা লগতে উপস্থিত থকা সাহিত্যিক কবি বগীৰাম গোৰ্খা ভন্ডাৰী ।গোৰ্খা জাতিৰ স্বায়ত্ব আৰু স্বশাযনৰ দাবীত কবি সকলে নিজৰ কবিতা পাঠ কৰে। যত গোৰ্খা স্বায়ত্ব শাসন দাবী সমিতিৰ জিলাৰ সভাপতি ৰাম কুমাৰ প্ৰধান এ বহু মূলিয় ভাষণ দি সভাখন সামৰনি পৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रावतभाटा पेंशन समाज रावतभाटा की हुई बैठक
रावतभाटा /- आज पेंशनर समाज उप शाखा रावत भाटा की बैठक शंभू लाल दशोरा की अध्यक्षता में आयोजित की गई...
Whatsapp इमोजी का तरीका हुआ पुराना, अवतार के जरिए कर सकेंगे अब Status रिप्लाई; पेश हुआ नया फीचर
WhatsApp Update वॉट्सऐप पर अब आपका एक्सपीरियंस और बेहतर बनने वाला है। अब आप अवतार का इस्तेमाल न...
થરાદ ના ભક્તો નું જામનગર ખાતે સ્વાગત કરાયું.
થરાદ થી દ્વારકા સુધી પગપાળા યાત્રા જતા ભક્તો નું જામનગર ખાતે સ્વાગત કરાયું હેવાય છે કે શ્રદ્ધા...
ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী ফুটবলৰ ফাইনেলত মুকালমুৱা বিজয়ী
অসম ফুটবল সন্থাৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত আৰু বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ দ্বাৰা পৰিচালিত ৩৪তম...
कोकणात गणेशोत्सवासाठी जाणाऱ्या भाविकांसाठी दिव्यातून विशेष गाड्या सोडा #mns #rajupatil
कोकणात गणेशोत्सवासाठी जाणाऱ्या भाविकांसाठी दिव्यातून विशेष गाड्या सोडा #mns #rajupatil