অসম ফুটবল সন্থাৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত আৰু বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ দ্বাৰা পৰিচালিত ৩৪তম বৰ্ষৰ বিংশতিতম বাৰ্ষিক ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়৷খেল উদ্বোধন কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই,আনহাতে মুখ্য অতিথি হিচাবে উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷খেলখন মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা আৰু গোৰেশ্বৰ টাউন ক্লাৱৰ মাজত অনুষ্ঠিত হয়৷খেলত মুকালমুৱাই গোৰেশ্বৰক ১-০ গ’লত পৰাজিত কৰি চুড়ান্ত বিজয়ী সন্মান লাভ কৰে৷খেলৰ শেষত ক্লাৱৰ সভাপতি ডা°অৰুন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বটাঁ বিতৰণ কৰে৷উল্লেখ্য যে আজিৰ চুড়ান্ত খেল উপভোগ কৰিবলৈ কেইবাজনো অতিথিক আমন্ত্ৰণ জনাই৷খেলৰ মাজতে সাংসদ দিলীপ শইকীয়াই তেওঁৰ প্ৰয়াত পিতৃ তথা শিক্ষক প্ৰবীন চন্দ্ৰ শইকীয়াৰ নামত প্ৰথম পুৰস্কাৰৰ ধন খিনি দিয়াৰ কথা ঘোষণা কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
New year Celebration 2024: India, New Zealand, China समेत पूरी दुनिया में नए साल का जश्न (BBC Hindi)
New year Celebration 2024: India, New Zealand, China समेत पूरी दुनिया में नए साल का जश्न (BBC Hindi)
ઉત્તર પ્રદેશ: મૈનપુરીમાં ગણેશ પંડાલમાં હનુમાનના રૂપમાં નાચતો વ્યક્તિ અચાનક નીચે પડ્યો, મોત, Watch Video
ઉત્તર પ્રદેશ: મૈનપુરીમાં ગણેશ પંડાલમાં હનુમાનના રૂપમાં નાચતો વ્યક્તિ અચાનક નીચે પડ્યો, મોત, Video
Kangana Ranaut लड़ेंगी 2024 BJP की ticket से ! Bollywood | Trending | Latest |
Kangana Ranaut लड़ेंगी 2024 BJP की ticket से ! Bollywood | Trending | Latest |
शिक्षक दिवस पर विद्यार्थी शिक्षको से संभाली कमान*
*शिक्षक दिवस पर विद्यार्थी शिक्षको से संभाली कमान*
रेवदर कस्बे के आदर्श विद्या मंदिर...