আজি ইংৰাজী ২৩ অক্টোবৰ তাৰিখে সদ্য ঘোষিত

 অসম লোকসেৱা আয়োগৰ বাছনি পৰীক্ষাত মাজুলী নাম উজ্বলাবলৈ সক্ষম হোৱা মাজুলী চাৰি সু-সন্তান কাৰ্তিক কমল শইকীয়া কমলাবাৰী কমলপুৰৰ Assam Civil Service Jr Grade 23 Rank.

তৃসিদ্ধ নাথ কমলাবাৰী দৰিয়া গাঁওassam civil service Jr Grade 54 Rank.

আৰিয়ন নাথ ফুলনী ৰাইডাঙনী গাঁও assam police service Jr Grade 36 Rank .

মনোজ কুমাৰ নাথ ফুলনী ৰাইডাঙনী গাঁও Inspector of Tax 13 Rank. 

 ৱাৰিয়ৰ্ছ মাজুলী জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

   আজি কাৰ্যসূচীত উপস্থিত থাকে ৱাৰিয়ৰ্ছ মাজুলী জিলা সমিতিৰ উপদেষ্টা অপূৰ্ব বেজ,সম্পাদিকা জ্যোৎস্না দাস, জনসংযোগ সম্পাদিকা প্ৰীতিস্মিতা হাজৰিকা, বিত্ত সম্পাদিকা ৰশ্মিৰেখা হাজৰিকা, সাংগঠনিক সম্পাদিকা/সম্পাদক ৰিতুমণি গগৈ, যদু দত্ত, ভকতি দুৱাৰ আঞ্চলিকৰ সভানেত্ৰী ৰিনা কলিতা, জনসংযোগ সম্পাদিকা বিতুমনি শইকীয়া, গড়মূৰ আঞ্চলিকৰ জনসংযোগ সম্পাদক কিৰণ দত্ত, কমলাবাৰী আঞ্চলিকৰ সক্ৰিয় সদস্য ৰাজীৱ দত্ত।