টিংখাঙৰ ৰাজগড়ৰ মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ । অসম জ্যেষ্ঠ নাগৰিক সন্মিলন ৰাজগড়ৰ শাখাৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকৰ বাবে ৰাজগড়ৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই চিকিৎসা শিবিৰ । টিংখাঙৰ বিভিন্ন অঞ্চলৰ শতাধিক গৰাকী বয়োজেষ্ঠ লোকক চিকিৎসা পৰীক্ষা কৰোৱা হয়। লগতে বিনামুলীয়াকৈ ঔষধ প্ৰদান কৰে । চিকিৎসা শিবিৰত অস্থি বিভাগ,শৈল্য, চকু, মেডিচিন আদি ৰোগৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় । চিকিৎসা শিবিৰটো মুকলি কৰে ৰাজগড়ৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বীৰেন বৰাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sajini Shinde ka viral video review | अगर Video Forward करते हैं तो ये फिल्म देखकर शर्म आएगी |
Sajini Shinde ka viral video review | अगर Video Forward करते हैं तो ये फिल्म देखकर शर्म आएगी |
વડોદરા ગોત્રી જનરલ હોસ્પિટલમાં દાખલ દર્દીના પત્નીનું સોનાનું મંગળસૂત્ર અને રોકડની ચોરી
વડોદરા ગોત્રી જનરલ હોસ્પિટલમાં દાખલ દર્દીના પત્નીનું સોનાનું મંગળસૂત્ર અને રોકડની ચોરી
હેલ્થ એજ્યુકેશન એન્ડ ચેરીટેબલ ટ્રસ્ટ દ્વારા 1000 પશુઓને પૌષ્ટિક આયુર્વેદિક લાડુઓનું ભોજન
હેલ્થ એજ્યુકેશન એન્ડ ચેરીટેબલ ટ્રસ્ટ દ્વારા 1000 પશુઓને પૌષ્ટિક આયુર્વેદિક લાડુઓનું ભોજન
शिवसंग्रामचे संस्थापक अध्यक्ष मा. आ.विनायक मेटे यांचे अपघाती निधन नियतीलाही मान्यनसणारीदुर्दैवी घटना
शिवसंग्रामचे संस्थापक अध्यक्ष मा. आ.विनायक मेटे यांचे अपघाती निधन नियतीलाही मान्यनसणारीदुर्दैवी घटना