কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুস্প্ৰাপ্য পিপলী চেং(ছানা'বৰকা) মাছৰ অবৈধ সৰবৰাহৰ অভিযোগত আটক দুজন। কাজিৰঙাৰ কহঁৰাত STF আৰু আৰক্ষীৰ অভিযানত পৰ্যটক কঢ়িওৱা বাহনৰ পৰা জব্দ হয় ১০ টাকৈ দুষ্প্ৰাপ্য পিপলী চেং মাছ।গুৱাহাটী অভিমুখী AS01LC1744 চুইফট ডিজায়াৰ বাহনৰ পৰা জব্দ কৰা হয় মাছকেইটা। আটকাধীন লোকদুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বন বিভাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডিমৌ ৰাইচাইত মটৰ চাইকেল দুৰ্ঘটনাত গুৰুত্ব ভাবে আঘাত প্ৰাপ্ত ৬০বছৰীয়া বৃদ্ধা
ডিমৌ ৰাইচাইত মটৰ চাইকেল দুৰ্ঘটনাত গুৰুত্ব ভাবে আঘাত প্ৰাপ্ত ৬০বছৰীয়া বৃদ্ধা
AHAWA // આહવા સિવિલમાં ડોગ બાઇટ નું ઇંજેકશન નહીં મળતા બાળાને વલસાડ રિફર કરાઇ..
માસૂમ બાળકી ને કૂતરાએ બચકુ ભરી દેતા પરિવાર જનો તેને આહવા સિવિલ હોસ્પિટલમાં લઇ જતા સિવિલમાં યોગ્ય...
દેવગઢબારિયા માં અપક્ષ ઉમેદવાર ને સંપુર્ણપણે ટેકો
દેવગઢ બારીયા વિધાનસભામાં એનસીપી અને કોંગ્રેસનું ગઠબંધન થતા એનસીપીના ઉમેદવારને ટિકિટ આપવામાં આવી...