কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুস্প্ৰাপ্য পিপলী চেং(ছানা'বৰকা) মাছৰ অবৈধ সৰবৰাহৰ অভিযোগত আটক দুজন। কাজিৰঙাৰ কহঁৰাত STF আৰু আৰক্ষীৰ অভিযানত পৰ্যটক কঢ়িওৱা বাহনৰ পৰা জব্দ হয় ১০ টাকৈ দুষ্প্ৰাপ্য পিপলী চেং মাছ।গুৱাহাটী অভিমুখী AS01LC1744 চুইফট ডিজায়াৰ বাহনৰ পৰা জব্দ কৰা হয় মাছকেইটা। আটকাধীন লোকদুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বন বিভাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગ્રામ્ય પંથકમાં ST અનિયમિત હોવાથી વિદ્યાર્થીઓમાં રોષ ABVP દ્વારા ડેપો મેનેજર ને રજૂઆત
ગ્રામ્ય પંથકમાં ST અનિયમિત હોવાથી વિદ્યાર્થીઓમાં રોષ ABVP દ્વારા ડેપો મેનેજર ને રજૂઆત
ধূপধৰাত বন্যহস্তীৰ তাণ্ডৱ, ঘৰ ভাঙি ধান-চাউল খাই তহিলং
গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীৰ এনে উপদ্ৰৱৰ মাজতে...
India Pakistan Match के दौरान Stadium में होगी कड़ी Security, टीथर्ड Drone रखेगा स्टेडियम पर बाज नजर
India Pakistan Match के दौरान Stadium में होगी कड़ी Security, टीथर्ड Drone रखेगा स्टेडियम पर बाज नजर
पीठ पर शहीदों का नाम गुदवाकर सरकार पर भड़का ये लड़का | धज्जियां उड़ा दीं | Cutting Chai With Pragya
पीठ पर शहीदों का नाम गुदवाकर सरकार पर भड़का ये लड़का | धज्जियां उड़ा दीं | Cutting Chai With Pragya
গুইজানৰ নতুনগাঁৱত আবকাৰী বিভাগৰ অভিযান; হাজাৰৰো অধিক লিটাৰ চুলাই মদ নষ্ট
আবকাৰী বিভাগৰ অব্যাহত আছে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ বৃহস্পতিবাৰে গুইজান আৰক্ষী চকীৰ অন্তৰ্গত...