বছৰ বছৰ ধৰি এজন বিশেষ ভাৱে সক্ষম মানুহে চলাই আছিল নাও ঘাট খন। এতিয়া নাও ঘাট খনৰ ওপৰত চকু পৰিছে দেৱানী সকলৰ। বিশেষভাৱে সক্ষম লোক জনে নাওৰে যাত্ৰী সকল নদী পাৰ কৰি নিজৰ ঘৰ খন চলাই আছিল সেই সময়ত গাওঁৰ দেৱানী সকলে সৰযন্ত কৰি নিজৰ কৰি লবলৈ উঠি পৰি লাগিছে। উল্লেখযোগ্য কথা যে এই নাও ঘাট টো কোনে দিছে লিজত।নে অবৈধ ভাবে চলাই আছে নাও ঘাটতি । জানিব পৰা মতে অবৈধ ভাৱে ওন্দোলাজাৰ সভাপতি নাও ঘাটি চলাব দিয়ে বৃহৎ সংখ্যক লেন দেনৰ বাবদ।