নলবাৰী জিলাৰ অন্যতম ঐতিহ্যমণ্ডিত পঃবঃসাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা,দেহাৰকুছিৰ আজি মহাষ্টমী নিশা দুটি আমন্ত্ৰিত মহিলা নাগাৰা নামদলে নাম পৰিবেশন কৰে৷উক্ত নাম উদ্বোধন কৰে বড়িগোগ বনভাগ ও বি চি মৰ্চাৰ(বিজেপি)ৰ উপসভাপতি দ্বীজেন দাসে৷নাম দল দুটিৰ মাননি আগবঢ়াই ক্ৰমে কিচমৎ গাৱঁৰ সমীন্দ্ৰ কলিতা আৰু কামৰূপ জিলাৰ ১নং ধুহি গাৱঁৰ নৰেন দাসে৷নাম দল দুটি ক্ৰমে পূস্পাঞ্জলি দাস আৰু ভণিতা বৈশ্য৷দুয়োটি নামদলে আকৰ্ষনীয় নাম পৰিবেশনৰে ৰাইজক আকৃষ্ট কৰে৷উল্লেখ্য যে আজি পূৱাৰে পৰা পূজাস্থলীত অসংখ্য ভক্তৰ সমাবেশ হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विधानसभा में विधायक शर्मा पर शर्मनाक टिप्पणी करने पर कोटा में पूर्व मंत्री शांति धारीवाल का जलाया पुतला
विधानसभा में पूर्व मंत्री धारीवाल द्वारा विधायक संदीप शर्मा पर आपत्तिजनक टिप्पणी करने पर भाजपा...
তামুলপুৰৰ দৰঙামেলাত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্বাৰ
ভাৰত ভূটান সীমান্তৰ দৰঙামেলা মৈনাচআলি পাহাৰত আজি পুৱা উদ্বাৰ হয় এটি অছিনাক্ত মৃতদেহ। স্থানীয় কিছু...
पुण्यश्लोक अहिल्यादेवी होळकर यांच्या विचारांचा गावोगावी जागर करूया@news23marathi
पुण्यश्लोक अहिल्यादेवी होळकर यांच्या विचारांचा गावोगावी जागर करूया@news23marathi
সিন্ধত সংখ্যালঘুৰ মানৱ অধিকাৰ উলংঘাৰ বাবে জেনেভাত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত পাকিস্তান বিৰোধী শ্লোগান উত্থাপন কৰিছে কৰ্মীসকলে
ছুইজাৰলেণ্ডৰ জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ ভৱনৰ বাহিৰত পাষ্টুন তাহাফুজ আন্দোলনে একত্ৰিত হৈ সংখ্যালঘু...