আজি মৰাণ মণ্ডলৰ দুটা বুথ ক্ৰমে ২৯আৰু ২৬ লগ লাগি দেশৰ জোৱান সকলক সন্মান জনাই আৰু মিছন সিন্দুৰৰ সফল বিজয়ৰ কাৰণে ত্ৰিৰংগা যাত্ৰা কাৰ্য্যসূচী পালন কৰাহয়।পেহেল গামত সংঘটিত হোৱা পাকিস্তানৰ বৰ্বৰ আক্ৰমণত নিৰপৰাধী পৰ্য্যটক সকলৰ হত্যাকাণ্ডৰ কাৰণে ভাৰতীয় সৈন্যই অপাৰেশ্যন সিন্দুৰৰ সময়ত দেখুওৱা পৰাক্ৰম, ত্ৰিৰংগা যাত্ৰাৰ জৰিয়তে সমগ্ৰ দেশবাসী একত্ৰিত হৈ দেশৰ সৈন্যবলৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে এই ত্ৰিৰংগা যাত্ৰাৰ উদ্দেশ্য ।