পোহৰৰ উৎসব দিপাৱলী উপলক্ষে আজমল ফাউণ্ডেচনৰ প্ৰসংখ্যনীয় পদক্ষেপ ৷ ডবকাৰ হালধীআটী নতুন বস্তি গাৱত দুখীয়া মহিলা সকলৰ মাজত নতুন শাৰী বিতৰন কৰে ৷ দ্বীপাৱলীৰ প্ৰাকক্ষনত এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰ উদ্দিন আজমলৰ দ্বাৰা পৰিচালিত ব্যক্তিগত সংস্থা আজমল ফাউণ্ডেচনৰ দ্বাৰা বিতৰন কৰা এই কাপোৰ সমূহ পাই মহিলা সকলেওঁ উৎফল্লিত হৈ পৰে ৷ ব্যক্তিগত সংস্থাটো মহাপ্ৰৱন্ধক গৰাকীয়ে জানিবলৈ দিয়া মতে আজি তেওঁলোকে ৭৫ গৰাকী মহিলাৰ মাজত কাপোৰ বিতৰন কৰিছে আৰু অদূৰ ভৱিষ্যতে আৰু লোকক এনেদৰে লোকক উৎসব পাৰ্বনৰ সময়ত কাপোৰ বিতৰন কৰি যাব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કેશોદ શહેરમાં પ્લાસ્ટિક ડિસ્પોઝલ એશોશીએશન દ્વારા મારફતિયા નો ત્રાસ દુર કરવા નગરપાલિકા કચેરીમાં રજુઆત કરી...
કેશોદ: રાજ્ય ભરમાં પર્યાવરણને નુકસાન કરતાં અને પ્રદુષણ ફેલાવતાં પાતળાં પ્લાસ્ટિક ડિસ્પોઝલ પર...
9 ઈસમો નો પરિવાર પર હુમલો સમગ્ર ઘટનાં cctv માં થઈ કેદ...
બનાસકાંઠા જિલ્લાના અમીરગઢ ખાતે બની ઘટના..
અમીરગઢ મા 9 ઈસમો નો પરિવાર પર હુમલો cctv મા કેદ...
भाजपा अल्पसंख्यक नेता के पुरानी रंजिश में बदमाशों ने मारे चाकू
शहर के कैथूनीपोल इलाके में आज भाजपा अल्पसंख्यक मोर्चा के नेता अब्दुल वाहिद पर पुरानी रंजिश में...