অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত গুৱাহাটী মহানগৰীত অনুস্থিত কৰা গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ প্ৰতিবাদ থলিৰ পৰা সংগঠনটিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইৰ লগতে কেইবাজনো বিষয় ববীয়াক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ওপৰত চৰাইদেউৰ গণ অৱস্হান ধৰ্মঘট থলিৰ পৰা সংগঠনটিৰ কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু যোগাযোগ বিভাগৰ সম্পাদক চবিৰ আহমেদৰ প্ৰতিক্ৰীয়া।লগতে অতি সোনকালে মুকলি কৰি নিদিলে অন্যথা বৃহত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু যোগাযোগ সম্পাদক চাবিৰ আহমেদৰ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAMSU Protests at Mangaldai on Tuesday
AAMSU Protests at Mangaldai on Tuesday
Prime Minister Narendra Modi is participating in a Havan & Puja at the new ITPO complex in New Delhi
Prime Minister Narendra Modi is participating in a Havan & Puja at the new ITPO complex in...
'China-Pakistan Border पर...', Jaishankar ने विदेश मंत्री बनते ही क्या कह दिया?
'China-Pakistan Border पर...', Jaishankar ने विदेश मंत्री बनते ही क्या कह दिया?
રાધનપુર : સાતુન ગામના તળાવમા કેમિકલયુક્ત પાણી છોડાતા ગ્રામજનો હિજરત કરશે | SatyaNirbhay News Channel
રાધનપુર : સાતુન ગામના તળાવમા કેમિકલયુક્ત પાણી છોડાતા ગ્રામજનો હિજરત કરશે | SatyaNirbhay News Channel