পোহৰৰ উৎসব দিপাৱলী উপলক্ষে আজমল ফাউণ্ডেচনৰ প্ৰসংখ্যনীয় পদক্ষেপ ৷ ডবকাৰ হালধীআটী নতুন বস্তি গাৱত দুখীয়া মহিলা সকলৰ মাজত নতুন শাৰী বিতৰন কৰে ৷ দ্বীপাৱলীৰ প্ৰাকক্ষনত এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰ উদ্দিন আজমলৰ দ্বাৰা পৰিচালিত ব্যক্তিগত সংস্থা আজমল ফাউণ্ডেচনৰ দ্বাৰা বিতৰন কৰা এই কাপোৰ সমূহ পাই মহিলা সকলেওঁ উৎফল্লিত হৈ পৰে ৷ ব্যক্তিগত সংস্থাটো মহাপ্ৰৱন্ধক গৰাকীয়ে জানিবলৈ দিয়া মতে আজি তেওঁলোকে ৭৫ গৰাকী মহিলাৰ মাজত কাপোৰ বিতৰন কৰিছে আৰু অদূৰ ভৱিষ্যতে আৰু লোকক এনেদৰে লোকক উৎসব পাৰ্বনৰ সময়ত কাপোৰ বিতৰন কৰি যাব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীত জন্মাষ্টমীৰ উচাহ : কন কন শিশু কৃষ্ণ ৰাধাৰ অপূৰ্ব মিলন
মাজুলীত জন্মাষ্টমীৰ উচাহ
মাজুলীৰ কমলাবাৰীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ কন কন ছাত্ৰছাত্ৰীৰ শিশু...
સિહોર માં આજે સોમવારે શિવાલયો માં સુશોભન કરશે
સિહોર સહિત સમગ્ર ગુજરાતમાં તેમજ પુરા ભારતમાં ભોળાનાથ અને શ્રીકૃષ્ણની આરાધનાના મહાપર્વ પવિત્ર...
Israel Hams War: अस्थाई युद्धविराम ख़त्म हुआ, अब जंग के बीच Gaza में कैसे हैं हालात (BBC Hindi)
Israel Hams War: अस्थाई युद्धविराम ख़त्म हुआ, अब जंग के बीच Gaza में कैसे हैं हालात (BBC Hindi)
रोहा नामगांव एतिज्यमंडित दो सौ वर्षीय महादेवशाल मंदिर श्रद्धापुर्वक मनी महाशिवरात्रि ।
देवों के देव महादेव की जयकारों से भक्तिमय हुवा क्षेत्र ।
समस्त रोहा क्षेत्र में आज महाशिवरात्रि धुमधाम से श्रद्धापूर्वक मनाने के साथ ही रोहा समीपवर्ती...
मोरान थाना नागरिक समिति का गठन किया गया
सरकारी निर्देश के अनुसार आज मोरान थाना प्रांगण स्थित भीडीपी भवन में आम सभा में मोरान थाना नागरिक...