অসম লোকসেৱা আয়োগৰ ফলাফলত নলবাৰী জিলাৰ চুৰচৰী গাৱঁৰ মেৰী হাজৰিকাই ৩৯ নং স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷মেৰীৰ স্থান লাভৰ পিচতে পৰিয়ালৰ মাজত আনন্দৰ জোৱাৰ উঠিছে৷

গাওঁখনৰ অশোক হাজৰিকা আৰু নিলীমা হাজৰিকাৰ কন্যা মেৰী হাজৰিকা৷ উল্লেখ্য যে মেৰী হাজৰিকা কটন বিশ্ববিদ্যালয়ৰ স্নাতক৷