সোণাৰিৰ টাওকাক চাহ বাগিছাৰ ১৫নং লাইনৰ দুটাকৈ পৰিয়ালৰ বাসগৃহত বন্যহস্তীৰ তাণ্ডৱ । নিশা প্ৰায় ২ মান বজাত ১৫/২০ জনীয়া বন্যহস্তীৰ দলে ১৫নং লাইনৰ অমৰ সিং গড় আৰু শংকৰ কুৰ্মী নামৰ বাস গৃহত প্ৰৱেশ কৰি খাদ্য সামগ্ৰী অনিষ্ট কৰাৰ উপৰিও গৃহ সমূহৰ বয়বস্তু নষ্ট কৰে ।কিন্তু বিধস্ত বাসগৃহত বন বিভাগৰ লোক উপস্থিত হয় পুৱাৰ ভাগতহে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tech News :- Bluesky Social’s demand outpaces supply: All you need to know about Twitter’s new rival
Tired of Twitter's policies? Check out Bluesky Social -- the promising alternative that offers...
পতালসিং পাৰাৰ ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসম বাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা
অৱশেষত ৰাইজৰ ওচৰত ক্ষমা খুজিলে গনকপাৰাবাসীয়ে।
ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসম বাসীৰ ওচৰত ক্ষমা...
ससुर के अंतिम संस्कार में शामिल होने जा रहे जवांई की हादसे में दर्दनाक मौत, पत्नी सहित तीन जने घायल
बूंदी। हिंडोली थाना क्षेत्र के नेशनल हाईवे 52 पर स्थित सचदेवा होटल के पास शनिवार अल सुबह हुए...
মৰঙীৰ সাৰৰ গাঁৱৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।কথমপী প্ৰাণৰক্ষা চালকৰ।
মৰঙীৰ সাৰৰ গাঁৱৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
দৈনিক ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত...