নাজিৰা সমষ্টিৰ লিগিৰীপুখুৰীত এখন তেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্থ হয় । টেংকাৰ খনৰ নম্বৰ AS04 AC 9259 । দুৰ্ঘটনাত পতিত হোৱা টেংকাৰ খনৰ পৰা তেল নিৰ্গত হোৱাত অগ্নি নিৰ্বাপন বাহিনী উপস্থিত হয় ।