টিংখাঙৰ লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান অহা ২৭,২৮ আৰু ২৯ অক্টোবৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব । হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি এটি শীৰ্ষক গীত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক আনুষ্ঠানিকতাৰে গীতটো উন্মোচন কৰে। এই অনুষ্ঠানৰ বাবেই এই গীতটি গুৰুদক্ষিনা হিচাপে আগবঢ়াইছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ শিক্ষাগুৰুলৈ । লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান উপলক্ষে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা গীতিকাৰ-সুৰকাৰ শোণিত গগৈৰ গীত আৰু সুৰত কন্ঠ নিগৰাইছে প্ৰণৱ লুখুৰাখন, ৰিদীপ ৰংকিত, মীৰদীপ, কৰুণা সন্দিকৈ,দিজু বৰুৱা,ভীষ্ম ৰাগ চাংমাই, মুন প্ৰাঞ্জল বৰুৱা,বিনোদ গগৈ,মিলি সন্দিকৈ আৰু জ্যোতিতৰা বৰপাত্ৰগোঁহাইয়ে।জনপ্ৰিয় কন্ঠ শিল্পীসকলে ৰাইজলৈ উপহাৰ দিয়া এইগীতটো যোগেদি বিদ্যালয়খনৰ লগতে অঞ্চলটোত এখন জীয়া ছবি প্ৰতিফলিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिलाधिकारी संग क्षेत्रीय विधायक ने किया जनकपुरी का दौरा
आगरा: 21 से 24 सितंबर तक आयोजित होने वाले जनकपुरी महोत्सव के लिए दयालबाग में विकास कार्य अभी गति...
How To Use Vitamin E Capsule For Hair Fall / Hair Regrowth / Split ends & Frizzy Hair
How To Use Vitamin E Capsule For Hair Fall / Hair Regrowth / Split ends & Frizzy Hair
Mahindra Scorpio N, Thar और XUV700 पर तगड़ी वेटिंग, जितना बनाते नहीं उससे ज्यादा हो गई बुकिंग
Mahindra के पास अभी भी ऑर्डर का भारी बैकलॉग है और इस महीने की शुरुआत तक ये 2.20 लाख से अधिक था।...