সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সোণাৰি শাখাৰ এগৰাকী কৰ্মীক আক্ৰমণ কৰা ঘটনাৰ পাছতে সৰৱ হৈ উঠিছে সংগঠনটো। মনু পাটনায়ক নামৰ আটছা কৰ্মী গৰাকীক দাৰে আক্ৰমণ সংগীতা গোৱালা নামৰ এগৰাকী মহিলাক নামতোলা আৰক্ষীয়ে আটক কৰিছে যদিও এই ঘটনাত বহু কেইগৰাকী লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। এই কাণ্ডত জড়িত থকাসকলৰ নাম এখন অভিযোগ নামা যোগে ইতিমধ্যে নামতোলা আৰক্ষীৰ ওচৰত দাখিল কৰা হৈছে আৰু ২৪ ঘণ্টাৰ ভিতৰত সকলোকে আটক কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আটছা চৰাইদেউ জিলা সমিতিয়ে দাবী উত্থাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેવગઢ બારિઆ તા.અસાયડી પંચાયતમાં"સ્વચ્છતા હી સેવા " અંતર્ગત કાર્યક્રમ યોજાયો.
દેવગઢ બારિઆ તા.અસાયડી પંચાયતમાં"સ્વચ્છતા હી સેવા " અંતર્ગત કાર્યક્રમ યોજાયો.
তিনিচুকীয়া জিলাৰ দিয়ামলি চাহ বাগিচা উচ্ছেদ কৰাৰ তীব্ৰ বিৰোধীতাঃ আছাৰ
তিনিচুকীয়া জিলাৰ দিয়ামলি চাহ বাগিচা উচ্ছেদ কৰাৰ তীব্ৰ বিৰোধীতাঃ আছাৰ
Apple Maps का वेब पब्लिक बीटा वर्जन हुआ लॉन्च, मैक और विंडोज पर होगा इस्तेमाल
एपल ने अपने यूजर्स के लिए एक नया अपडेट जारी किया है। Apple Maps का वेब पब्लिक बीटा वर्जन लॉन्च कर...
Lok Sabha Election: एक, दो नहीं 800 कांग्रेस कार्यकर्ताओं ने बदल लिया पाला, इस राज्य में हुआ सबसे बड़ा राजनीतिक परिवर्तन
Lok Sabha Election 2024। लोकसभा चुनाव से पहले कांग्रेस को लगातार जोर के झटके लग रहे हैं।...