সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সোণাৰি শাখাৰ এগৰাকী কৰ্মীক আক্ৰমণ কৰা ঘটনাৰ পাছতে সৰৱ হৈ উঠিছে সংগঠনটো। মনু পাটনায়ক নামৰ আটছা কৰ্মী গৰাকীক দাৰে আক্ৰমণ সংগীতা গোৱালা নামৰ এগৰাকী মহিলাক নামতোলা আৰক্ষীয়ে আটক কৰিছে যদিও এই ঘটনাত বহু কেইগৰাকী লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। এই কাণ্ডত জড়িত থকাসকলৰ নাম এখন অভিযোগ নামা যোগে ইতিমধ্যে নামতোলা আৰক্ষীৰ ওচৰত দাখিল কৰা হৈছে আৰু ২৪ ঘণ্টাৰ ভিতৰত সকলোকে আটক কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আটছা চৰাইদেউ জিলা সমিতিয়ে দাবী উত্থাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তেজস্বিতাক মৃত্যুক লৈ মাজুলী উপায়ুক্তৰ মন্তব্য
তেজস্বিতাক মৃত্যুক লৈ মাজুলী উপায়ুক্তৰ মন্তব্যজিলা উপায়ুক্ত পুলক মহন্তই চিকিৎসক সকলৰ হৈয়ে...
દિકરીની નજર સામે પિતાનું મોત
સુરેન્દ્રનગર જિલ્લાના લખતર તાલુકાનાં ઓળક ગામે ખેતર રાખી ખેત મજૂરી કરતો દાહોદ જીલ્લાના જળખરીયા...
Gujarat Election Update | ગુજરાત વિધાનસભા ની ચૂંટણી બે ચરણ માં યોજાશે | Gujarat Election Details
Gujarat Election Update | ગુજરાત વિધાનસભા ની ચૂંટણી બે ચરણ માં યોજાશે | Gujarat Election Details
મોરબીનો ઝુલતો પુલ તૂટીને નદીમાં પડતા અનેક લોકોના મોત મોટી દુર્ઘટના સર્જાઈ
મોરબીનો ઝુલતો પુલ તૂટીને નદીમાં પડતા અનેક લોકોના મોત મોટી દુર્ઘટના સર્જાઈ