সোণাৰিত মহিলাৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰ নেতা। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নামতোলা শাখাৰ সম্পাদক মনু পাটনায়কৰ ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ । সোণাৰিৰ নামতোলাত মাটি-বাৰীৰ সংক্ৰান্তীয় বিবাদৰ ফলত সংঘটিত ঘটনা। সংগীতা গোৱালা নামৰ মহিলা গৰাকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মনু পাটনায়কৰ। সংকটজনক অৱস্থাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি মনু পাটনায়কক। ইফালে ছাত্ৰ নেতাক আক্ৰমণকাৰী সংগীতা গোৱালাক আটক কৰি সোধপুছ অব্যাহত ৰাখিছে নামতোলা আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
The new 'Corporate Finance Branch' of Karnataka Bank Opened in Kasturaba Road, Bengaluru.
November 27, 2023
The new 'Corporate Finance Branch' of Karnataka Bank Opened in Kasturaba...
BREAKING NEWS | થરાદ ધારાસભ્ય ના પારણા.. | 2022
BREAKING NEWS | થરાદ ધારાસભ્ય ના પારણા.. | 2022
कामरगाव येथे जय भवानी गणेश मंडळांचा कांदा पासून इको फ्रेंडली गणेश मूर्तीची स्थापना
कामरगाव येथे जय भवानी गणेश मंडळांचा कांदा पासून इको फ्रेंडली गणेश मूर्तीची स्थापना
এগৰাকী অবসৰ প্ৰাপ্ত অধ্যক্ষৰ কৰোণগাথা । নিজৰ ঘৰতে গৃহ বন্দী কৰি ৰখা হৈছে লোক জনক ।
এগৰাকী অবসৰ প্ৰাপ্ত অধ্যক্ষৰ কৰোণগাথা । নিজৰ ঘৰতে গৃহ বন্দী কৰি ৰখা হৈছে লোক জনক ।