সোণাৰিত মহিলাৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰ নেতা। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নামতোলা শাখাৰ সম্পাদক মনু পাটনায়কৰ ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ । সোণাৰিৰ নামতোলাত মাটি-বাৰীৰ সংক্ৰান্তীয় বিবাদৰ ফলত সংঘটিত ঘটনা। সংগীতা গোৱালা নামৰ মহিলা গৰাকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মনু পাটনায়কৰ। সংকটজনক অৱস্থাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি মনু পাটনায়কক। ইফালে ছাত্ৰ নেতাক আক্ৰমণকাৰী সংগীতা গোৱালাক আটক কৰি সোধপুছ অব্যাহত ৰাখিছে নামতোলা আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शहरात बंद असलेली घंटा गाडी अखेर सुरू निवेदनाची मुख्याधिकारी यांनी घेतली दखल
शहरात बंद असलेली घंटा गाडी अखेर सुरू निवेदनाची मुख्याधिकारी यांनी घेतली दखल
ખંભાળિયા નો ઘી ડેમ થયો ઓવરફ્લો.
ખંભાળિયા નો ઘી ડેમ થયો ઓવરફ્લો.
চৰাইদেউৰ মাইবেলা তাপ বিদ্যুৎ কেন্দ্ৰত আঠ ঘন্টীয়া ধৰ্ণা
ক’অৰ্ডিনেচন কমিটি অৱ এমপ্লইজ, ইঞ্জিনিৰ্য়াচ এণ্ড পেঞ্চননাৰ্চৰ যৌথ আহ্বানত সোমবাৰে চৰাইদেউ...
Surat: સુરત પુણા પોલીસ સ્ટેશનના PSI લાંચ લેતા રંગેહાથ ઝડપાયા
Surat: સુરત પુણા પોલીસ સ્ટેશનના PSI લાંચ લેતા રંગેહાથ ઝડપાયા
પેપળુ ગામના લોકોએ 750 વર્ષ જૂની પરંપરા આજે પણ જાળવી રાખી
બનાસકાંઠાના લાખણી તાલુકામાં આવેલા પેપળું ગામ સાથે વર્ષો જૂનો ઈતિહાસ જોડાયેલો છે. અહીં 750 વર્ષ...