বাঁহৰ মূঢ়া, কাঠৰ টুকুৰা, গছৰ শিপাকে ধৰি বিভিন্ন পেলনীয়া সামগ্ৰীৰে বিভিন্ন জীৱ-জন্তু, মানুহৰ অৱয়ব প্ৰস্তত কৰি নিজৰ শিল্পী মনৰ পৰিচয় দিবলৈ সক্ষম হৈছে টিংখাঙৰ ঔফুলীয়া গাঁৱৰ এজন লোকে ৷ গাঁওখনৰ মৃদুল হাজৰিকা নামৰ ব্যক্তিজনে ২০০০ চনৰ পৰাই এনেদৰে গাঁৱতে লাভ কৰা বিভিন্ন সামগ্ৰীৰে শিল্পকৰ্ম অব্যাহত ৰাখিছে ৷ পেছাত এজন কাঠমিস্ত্ৰী মৃদুল হাজৰিকাই আজৰি সময়ত নিৰ্জীৱ বাঁহৰ মূঢ়া, কাঠৰ টুকুৰাত নিজৰ শৈল্পিক হাতৰ পৰশত জীৱন্ত ৰূপ দিবলৈ সক্ষম হৈছে ৷ এই দীঘলীয়া সময়ছোৱাত মৃদুল হাজৰিকাই হৰিণা, গড়, হাতী, ভালুক আদিকৰি বিভিন্ন জীৱ-জন্তু আৰু মানুহৰ অৱয়ব প্ৰস্তুত কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি বিহুৰ সময়ত লোকবাদ্য গগনা আৰু কাকৈ ফণী নিৰ্মাণ কৰি বিক্ৰী কৰিও আহিছে ব্যক্তিজনে ৷ মৃদুল হাজৰিকাৰ আশা তেওঁৰ শিল্পকৰ্মই এদিন স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Business News |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका? | Futures Express
Business News |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका? | Futures...
વિરપુર તાલુકાના જુનિયર ક્લાર્કની પરિક્ષ્યા આપવા વાળા વિદ્યાર્થીઓ માટે સંદેશ
વિરપુર તાલુકાના જુનિયર ક્લાર્કની પરિક્ષ્યા આપવા વાળા વિદ્યાર્થીઓ માટે સંદેશ
પાટણ જિલ્લાના શંખેશ્વર તાલુકાના પંચાસર ગામના ખેડૂતોએ નર્મદાની માઇનોર કેનાલ સાથે તળાવોના જોડાણ કરવાની માંગ
પાટણ જિલ્લાના શંખેશ્વર તાલુકાના પંચાસર ગામના ખેડૂતોએ નર્મદાની માઇનોર કેનાલ સાથે તળાવોના જોડાણ...
Google क्रोम पर एंड्रॉइड और पीसी यूजर को मिलेगा आईफोन वाला फीचर, ब्राउजिंग का बदल जाएगा अंदाज
पिछले दिनों ही गूगल ने जानकारी दी थी कि कंपनी एंड्रॉइड और डेस्कटॉप यूजर्स के लिए क्रोम पर पासवर्ड...